সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০

সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০
Published on

সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০

গোলাঘাটৰ সৰুপথাৰ মহাবিদ্যালয় সহকাৰী অধ্যাপক পদত নিয়োগ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী)

পদৰ সংখ্যা: ০৫

শিক্ষাগত অৰ্হতা: UGC ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব।

কেনেদৰে আবেদন কৰিব:প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে অধ্যক্ষ সসৰুপথাৰ মহাবিদ্যালয় , সৰুপথাৰৰ হৈ এছ বি আই সৰুপথাৰ শাখাত ১৩/০৩/২০২০ তাৰিখৰ ভিতৰত পঠাব লাগিব।

ঠিকনা: অধ্যক্ষ, সৰুপথাৰ মহাবিদ্যালয় , ডাকঘৰ- সৰুপথাৰ, জিলা- গোলাঘাট, পিন- ৭৮৫৬০১

আবেদনৰ শেষ তাৰিখ: ১৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com