ভাৰতীয় ষ্টেট বেংকত প্ৰবেচনাৰী বিষয়াৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় ষ্টেট বেংকত প্ৰবেচনাৰী বিষয়াৰ পদখালী
Published on: 

ভাৰতীয় ষ্টেট বেংকত প্ৰবেচনাৰী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্রবেচনাৰী বিষয়া

খালী পদৰ সংখ্যা : ২, ০০০টা

জেনেৰেল : ৮১০টা

EWS : ২০০টা

OBC : ৫৪০টা

SC : ৩০০টা

ST : ১৫০টা

বয়স : ২১ - ৩০বছৰ (১/০৪/২০২১ৰ মতে)

OBC/ MOBC প্ৰাৰ্থী সকলৰ বাবে ৩বছৰৰ ৰেহাই।

SC/ ST প্ৰাৰ্থী সকলৰ বাবে ৫বছৰৰ ৰেহাই।

বিকলাংগ প্ৰাৰ্থী সকলৰ বাবে ১০বছৰৰ ৰেহাই।

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/১০/২০২১

আবেদন মাছুল : জেনেৰেল/ EWC/ OBC - ৭৫০টকা

SC/ ST/ PwD : নাই। 

মাছুল পৰিশোধ প্ৰক্ৰিয়া : অনলাইন

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে SBI ৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে দাখিল কৰিব লাগিব।

পৰীক্ষাৰ স্থান : ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com