জ্যেষ্ঠ কাৰ্যবাহী নিযুক্তিৰ বাবে ষ্টেট বেংকৰ আবেদন আহ্বান

ভাৰতীয় ষ্টেট বেংকে জ্যেষ্ঠ কাৰ্যবাহী (ছিনিয়ৰ এক্সিকিউটিভ)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
জ্যেষ্ঠ কাৰ্যবাহী নিযুক্তিৰ বাবে ষ্টেট বেংকৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ৬টা।

বয়সৰ সীমাঃ ৩১-০৩-২০২০ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহাঃ বছৰি ১২ লাখ টকাৰ পৰা ২০ লাখ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৩-০৭-২০২০।

সবিশেষ জানিবলৈ https://bank.sbi/careers or https://www.sbi.co.in/careers চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com