এছ বি আইৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
এছ বি আইৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন
Published on: 

ভাৰতীয় ষ্টেট বেংকে প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন কৰিছে। 

খালী পদৰ সংখ্যাঃ ২,০০০টা। 

বয়সৰ সীমাঃ ২১ ৰ পৰা ৩০ বছৰ। 

দৰমহাঃ এছ বি আইৰ নিয়ম অনুসৰি।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত। 

আবেদন জনোৱাৰ নিয়মঃ অনলাইন। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। 

এছ বি আইৰ ৱেবছাইটঃ https://www.sbi.co.in/

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীঃ ৭৫০টকা। আৰ্থিকভাবে পিছপৰা শ্ৰেণীঃ ৭৫০ টকা। অ বি চিঃ ৭৫০ টকা। এছ চি-এছ টি আৰু বিশেষভাবে সক্ষমঃ নাই। 

অহা ২৫ অক্টোবৰ, ২০২১ ৰ পূৰ্বে  https://www.sbi.co.in/-ৰ পৰা আবেদন জনাব পাৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com