Begin typing your search above and press return to search.

ভাৰতীয় ষ্টেট বেংকৰ স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ

ভাৰতীয় ষ্টেট বেংকৰ স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2022 11:59 AM GMT

ভাৰতীয় ষ্টেট বেংকৰ বিষয়েঃ

ভাৰতীয় ষ্টেট বেংক হৈছে মুম্বাইত মুখ্য কাৰ্যালয় অৱস্থিত এটা ভাৰতীয় ৰাজহুৱা খণ্ডৰ বহুজাতিক বেংক । এই বেংক প্ৰতিষ্ঠান হৈছে এটা আইনগত বেংকিং প্ৰতিষ্ঠান। ইয়াৰ এক চহকী ২০০ বঠৰীয়া ইতিহাস আছে। এছ বি আই হৈছে ভাৰতীয় লোকে সবাতোকৈ অধিক আস্তাত লোৱা বেংক প্ৰতিষ্ঠান। ইয়াৰ গ্ৰাহকৰ সংখ্যা ৪৫ কোটিৰো অধিক। ২২ হেজাৰৰো অধিক শাকা বেংকৰ সৈতে এছ বি আিৰ এক বিশাল নেটৱৰ্ক আছে।স ইয়াৰ এ টি এমৰ সংখ্যা ৬২, ৬১৭টা। নিষ্াৰ সৈতে এছ বি আয়ে গ্ৰহাকক সেৱা আগবঢ়াই আহিছে।

ভাকতীয় ষ্টেট বেংকৰ নিযুক্তি ২০২২ঃ

ভাকতীয় ষ্টেট বেংকে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ


এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম


মাৰ্কেটিং কাৰ্যবাহী, সহকাৰী প্ৰৱন্ধক ( নেটৱৰ্ক সুৰক্ষা বিশেষজ্ঞ), সহকাৰী প্ৰৱন্ধক (ৰাউণ্ডিং এণ্ড ছুইটচিং, সহকাৰী উপাধ্যক্ষ ( (Marcomm), ছিনিয়ৰ এক্সিকিুটিভ ডিজিটেল মাৰ্কেটিং), ছিনিয়ৰ এক্সিকিউটিভ ( জন-সম্পৰ্ক)।

পদৰ সংখ্যা

মাৰ্কেটিং কাৰ্যবাহীৰ ১টা, সহকাৰী প্ৰৱন্ধক ( নেটৱৰ্ক সুৰক্ষা বিশেষজ্ঞ)ৰ ১৫ টা, সহকাৰী প্ৰৱন্ধক (ৰাউণ্ডিং এণ্ড ছুইটচিং)-ৰ ৩৩ টা, সহকাৰী উপাধ্যক্ষ ( (Marcomm)-ৰ ২টা, ছিনিয়ৰ এক্সিকিুটিভ ডিজিটেল মাৰ্কেটিং)-ৰ ১টা, ছিনিয়ৰ এক্সিকিউটিভ ( জন-সম্পৰ্ক)-ৰ ১টা।

আবেদনৰ মাচুল

৭৫০ টকা। এছ চি-এছ টি আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ নাই।

বয়সৰ সীমা

মাৰ্কেটিং কাৰ্যবাহীৰ ৩০-৪০ বছৰ, সহকাৰী প্ৰৱন্ধক ( নেটৱৰ্ক সুৰক্ষা বিশেষজ্ঞ)ৰ সৰ্বোচ্চ ৪০ বছৰ, সহকাৰী প্ৰৱন্ধক (ৰাউণ্ডিং এণ্ড ছুইটচিং)-ৰ সৰ্বোচ্চ ৪০ বছৰ। সহকাৰী উপাধ্যক্ষ ( (Marcomm)-ৰ সৰ্বোচ্চ ৩৫ বছৰ, ছিনিয়ৰ এক্সিকিুটিভ ডিজিটেল মাৰ্কেটিং)-ৰ সৰ্বোচ্চ ৩০ বছৰ। ছিনিয়ৰ এক্সিকিউটিভ ( জন-সম্পৰ্ক)-ৰ সৰ্বোচ্চ ৩০ বছৰ।

নিযুক্তিৰ স্থান

ভাৰতৰ বিভিন্ন স্থানত।

অন্তিম তাৰিখ

২৫ ফেব্ৰুাৱৰী, ২০২২।

ৱেবছাইট

sbi.co.in

শিক্ষাগত অৰ্হতাঃ

মাৰ্কেটং কাৰ্যবাহী- ন্এযূনতম ৫৫ শতাংশ নম্বৰসহ বি এ অথবা মাৰ্কেটিং শাখাত স্নাতকোত্তৰ ডিগ্ৰী। যিকনো অতিৰিক্ত শিক্ষা বিচৰা হব পাৰে। তদুপৰি সংশ্লিষ্ট ক্ষেতৰ্ত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী প্ৰৱন্ধক ( নেটৱৰ্ক সুৰক্ষা বিশেষজ্ঞ)ঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী। তদুপৰি সংশ্লি,ষ্ট ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী প্ৰৱন্ধক (ৰাউণ্ডিং এণ্ড ছুইটচিং)-ৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী উপাধ্যক্ষ ( (Marcommঃ পূৰ্ণকালীন সময়ৰ এম বি এ বা পি জি ডি এম হব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। মাৰ্কেটিঙৰ অভিজ্ঞতা থাকিব লাগিব।


ছিনিয়ৰ এক্সিকিুটিভ ডিজিটেল মাৰ্কেটিং)ঃ পূৰ্ণকালীন সময়ৰ এম বি এ বা পি জি ডি এম হব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

এছ ভই আই নিযুক্তি পৰ্টোলৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ



Next Story
চাকৰি