Begin typing your search above and press return to search.
গাণনিক সহায়ক নিযুক্তিৰ বাবে ছেবাৰ আবেদন আহ্বান
গাণনিক সহায়ক(ঠিকাভিত্তিক) নিযুক্তিৰ বাবে ছেবাই আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২টা।
বয়সৰ সীমাঃ ০১-০১-২০২০ত সৰ্বনিম্ন ২১ বছৰ আৰু সৰ্বোচ্চ ৪৩ বছৰ।
বেতনঃ মাহিলী ১৭হেজাৰ টকা (বাৰ্ষিক বৃদ্ধি আৰু ডি একে ধৰি)। আবেদনৰ মাচুলঃ ২০০টকা। এই মাচুল Secretary, Board of Secondary Education, Assam-ৰ হকে গুৱাহাটীত ভঙাব পৰাকৈ ডিমাণ্ড ড্ৰাফটযোগে প্ৰেৰণ কৰিব লাগিব। অথবা এপেক্স বেংকৰ ট্ৰেজাৰী চালানযোগে ছেবাৰ কাৰ্যালয়ত পোৱাকৈ পঠিয়াব লাগিব। আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে মেট্ৰিকৰ পৰা আৰম্ভ কৰি সকলো শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ প্ৰত্যায়িত কপি অহা ১৫ আগষ্টৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৮-২০২০।
Next Story