ছেবাত কনিষ্ঠ প্ৰশাসনিক সহায়কৰ পদখালী

অসম মাধ্যমিক শিক্ষা বোৰ্ড(ছেবা)-এ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ছেবাত কনিষ্ঠ প্ৰশাসনিক সহায়কৰ পদখালী
Published on

পদৰ সম্পূৰ্ণ নামঃ কনিষ্ঠ প্ৰসাসনিক সহায়ক তথা প্ৰগ্ৰাম সহায়ক

খালী পদৰ সংখ্যাঃ ০৩টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ দশম, ৫৫ শতাংশ নম্বৰসহ দ্বাদশ আৰু ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। এম চি এ ডিগ্ৰীধাৰীয়ে এম চি এ-ৰ নম্বৰ তালিকা অনুসৰি অতিৰিক্ত ১০ পইণ্ট পাব। বি চি এ ডিগ্ৰীধাৰীয়ে বি চি এৰ নম্বৰ তালিকা অনুসৰি অতিৰিক্ত ৫ পইণ্ট পাব।

দৰমহাঃ মাহিলী ১৭ হেজাৰ টকা। লগতে বাৰ্ষিক বৃদ্ধি( ইনক্ৰিমেণ্ট) আৰু ডি এ থাকিব।

বয়সৰ সীমাঃ ১০-০৭-২০২১ত ন্যূনতম ২১ বছৰৰ পৰা ৪৩ বছৰ।

নিয়ুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ sebaonline.org।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন বা অফলাইন।

কাৰ্যালয়ৰ ঠিকনাঃ The Secretary, Board of Secondary Education, Assam (SEBA), Bamunimaidam, Guwahati-21.।

আবেদন অহা ১০ জুলাইৰ ভিতৰত পোৱাকৈ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ ছেবাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com