চাকৰি
ৰাষ্ট্ৰীয় বীজ নিগম লিমিটেডৰ সহকাৰী নিযুক্তি
ৰাষ্ট্ৰীয় বীজ নিগম লিমিটেডে সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৩টা।
দৰমহাঃ ২২হেজাৰ টকাৰ পৰা ৭৭হেজাৰ টকা।
বয়সৰ সীমাঃ ৩০ বছৰতকৈ অধিক হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৭-২০২০।
সবিশেষ জানিবলৈ www.indiaseeds.com চাওক।