Begin typing your search above and press return to search.

SGPGIMS নিযুক্তি ২০২২ - ০৬ জেষ্ঠ আৱাসিকৰ পদ খালী

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত জেষ্ঠ আৱাসিকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

SGPGIMS নিযুক্তি ২০২২ - ০৬ জেষ্ঠ আৱাসিকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2022 12:22 PM GMT

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্স :

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্স অৱস্থিত উত্তৰ প্ৰদেশৰ, লক্ষ্ণৌ চহৰত। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৮৩ আৰু ইয়াৰ নাম ৰখা হৈছিল সঞ্জয় গান্ধীৰ নামত।

এই সমগ্ৰ প্ৰতিষ্ঠান বিয়পি আছে প্ৰায় ৫৫০বৰ্গক্ষেত্ৰত। ই অবোঠিত মুখ্য চহৰৰ পৰা প্ৰায় ১৫কিলোমিটাৰ নিলগত ৰেবাৰেলি পথত। এই প্ৰতিষ্ঠানে শিক্ষাৰ্থী সকললৈ ডিগ্ৰী আগবঢ়ায়, যাক স্বীকৃতি প্ৰদান কৰে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা। শিক্ষাৰ উপৰি এই প্ৰতিষ্ঠান যোগে উত্তৰ প্ৰদেশ, আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য সমূহলৈ স্বাস্থ্য সেৱা আগ বঢ়োৱা হয়।

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত পদ খালী :

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত শেহতীয়া ভাৱে জেষ্ঠ আৱাসিকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জেষ্ঠ আৱাসিক

খালী পদ

০৬

দৰমহা

৬৭,৭০০ - ২,০৮,৭০০/- প্ৰতি মাহে

অৱস্থান

লক্ষ্ণৌ - উত্তৰ প্ৰদেশ

আৱেদন প্ৰক্ৰিয়া

ৱাক ইন

বয়স

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্সৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থীৰ অধিকতম বয়স ৩৭বছৰ হ'ব লাগিব

আৱেদন মাছুল

• সকলো প্ৰাৰ্থী - ২০০/-

• পৰিশোধ প্ৰক্ৰিয়া - ডিমাণ্ড ড্ৰাফট

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

তাৰিখ

• অধিসূচনা মুকলি তাৰিখ - ৩১/১২/২০২১

• সাক্ষাৎকাৰ - ১১/ ০২/২০২২


শিক্ষাগত অৰ্হতা :

সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্সৰ অফিচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MS/ DNB উত্তীৰ্ণ হ'ব লাগিব।


আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইট sgpgims.in লৈ যাওক

• সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েন্স নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• জেষ্ঠ আৱাসিক পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ ১১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে সাক্ষাৎকাৰৰ বাবে উপস্থিত হওঁক।

ঠিকনা : চি ব্লক, তৃতীয় গেট, প্ৰথম মহিলা, মুখ্য চিকিৎসালয়


আৰু পঢ়ক : কলিকতা বিশ্ববিদ্যালয় নিযুক্তি ২০২২- গৱেষণা ফেলোশ্বিপ পদখালী


Next Story
চাকৰি