চেপন কলেজ, ডিব্ৰুগড় নিযুক্তি ২০২০
পদৰ নাম- সহকাৰী অধ্যাপক
পদৰ সংখ্যা- ০১
বিষয় - ৰাজনীতি বিজ্ঞান
অৰ্হতা- উক্ত বিষয়ত ইউ জি চিৰ মানদণ্ড ভিত্তিত স্নাতকোত্তৰ।
২) লাইব্ৰেৰীয়ান
পদৰ সংখ্যা- ০১
অৰ্হতা- চৰকাৰী মান্যতা প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা লাইব্ৰেৰী আৰু ইনফৰমেছন চাইন্সত স্নাতকোত্তৰ।
পদৰ নাম- কণিষ্ঠ সহকাৰী
পদৰ সংখ্যা - ০১
অৰ্হতা- স্নাতক
অন্তিম তাৰিখ-৩১/০৫/২০২০
কেনেদৰে আৱেদন জনাব : Interested candidate may mail their applications with complete Bio-data along with scanned supporting documents to seponcollege@gmail.com or before 31-05-2020.
ফোন নং : 8486280794