SERS পাব্লিক স্কুলত কাউন্সেলৰ-স্নাতকোত্তৰ শিক্ষকৰ পদখালী

অসমৰ SERS পাব্লিক স্কুলে নিম্নোক্ত বিষয়সমূহৰ স্পেচিয়েল এডুকেটৰ আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
SERS পাব্লিক স্কুলত কাউন্সেলৰ-স্নাতকোত্তৰ শিক্ষকৰ পদখালী
Published on

পদসমূহঃ

স্নাতকোত্তৰ শিক্ষকঃ

বিষয়সমূহঃ ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, ভূগোল, বুৰঞ্জী, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱবিজ্ঞান, অসমীয়া আৰু হিন্দী।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। লগতে বি এড থাকিব লাগিব।

কাউন্সেলৰ/স্পেচিয়েল এডুকেটৰঃ

শিক্ষাগত অৰ্হতাঃ মনোবিজ্ঞান/ক্লিনিকেল চাইকোলজী/সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰসহ আবেদন পত্ৰ অহা ১৯ জুনৰ ভিতৰত serspublicschool@yahoo.com-লৈ প্ৰেৰণ কৰিব পাৰে।

যোগাযোগঃ 8402914842 ।

ঠিকনা : SERS পাব্লিক স্কুল, গাঁও : নকুল, ৰঙিয়া, অসম, পিনঃ ৭৮১৩৫৪ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com