Begin typing your search above and press return to search.

ছিকিম লোকসেৱা আয়োগৰ জ্যেষ্ঠ তথ্য় সহকাৰী নিযুক্তি

ছিকিম লোকসেৱা আয়োগে জ্যেষ্ঠ তথ্য সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ছিকিম লোকসেৱা আয়োগৰ জ্যেষ্ঠ তথ্য় সহকাৰী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2022 11:31 AM GMT

ছিকিম লোকসেৱা আয়োগৰ বিষয়েঃ

ছিকিম লোকসেৱা আয়োগ হৈছে ছিকিম স্থাপন কৰা এটা স্বতন্ত্ৰৰীয়া নিযুক্তি সংস্থা। ভাৰতীয় সংবিধানৰ ৩২০ অনুচ্ছেদ অনুসৰি ছিকিম লোকসেৱা আয়োগে ৰাজ্যখনত অসামৰিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ আয়োজন কৰে।

ছিকিম লোকসেৱা আয়োগ স্থাপনৰ চিন্তা-চৰ্চা ১৯৭৮-ত আৰম্ভ হয়। ১৯৭৮-ত এই আয়োগ প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিৰ সময়চোৱাত এই আয়োগে চাৰি বছৰৰ বাবে কাৰ্য সম্পাদন কৰা নাছিল। ১৯৮২-ত এই আয়োগৰ অধ্যক্ষ নিয়োগ কৰে ৰাজ্য চৰকাৰে। তেতিয়াৰে পৰা এই আয়োগৰ কাম আৰম্ভ হয়।


ছিকিম লোকসেৱা আয়োগৰ নিযুক্তি-২০২২ঃ

ছিকিম লোকসেৱা আয়োগে জ্যেষ্ঠ তথ্য সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জ্যেষ্ঠ তথ্য সহকাৰী।

পদৰ সংখ্যা

২ টা।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

গেংটক- ছিকিম।

বয়সৰ সীমা

৩১-১২-২০২২ত সৰ্বোচ্চ ৪০ বছৰ।

অন্তিম তাৰিখ

২৭ ফেব্ৰুৱাৰী, ২০২২।

আবেদনৰ মাচুল

১৫০ টকা। আদায়ৰ পদ্ধতিঃ অনলাইন।

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা বা ডিগ্ৰী থাকিব লাগিব।


অভিজ্ঞতাৰ বিশদঃ প্ৰাৰ্থীৰ কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব।


আবেদনৰ নিয়মঃ প্ৰাৰ্থীসকলে spscskm.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।




আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি