Begin typing your search above and press return to search.

ছিকিম বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

ছিকিম বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2021 9:43 AM GMT


ছিকিম বিশ্ববিদ্যালয়ৰ বিযয়েঃ ছিকিম বিশ্ববিদ্যালয় গেংটকত অৱস্থিত। ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহুসংখ্যক ভাড়াত লোৱা গৃহত এই বিশ্ববিদ্যালয় চলি আছে। এই বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰশাসনিক কাৰ্যালয় টাদঙৰ ছিক্সথ মাইলত অৱস্থিত। বিশ্ববিদ্যালয়খনৰ স্থায়ী চৌহদ দক্ষিণ ছিকিমৰ য়াংগাঙত মুকলি কৰা হব। ইয়াৰ নিকটৱৰ্তী বিমানকোঠ আৰু ৰেল ষ্টেচন হৈছে ক্ৰমে বাগডোগ্ৰা আৰু নিউ জলপাইগুৰি।

ছিকিম বিশ্ববিদ্যালয়ে এটা প্ৰকল্প সহায়ক পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন মুকলি কৰিছে।

এই পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদ

প্ৰকল্প সহায়ক।

খালী পদ

০১ টা।

নিয়ুক্তিৰ স্থান

গেংটক, ছিকিম।

দৰমহা

মাহিলী ২৫ হেজাৰ টকা।

মৌখিক সাক্ষাতকাৰৰ তাৰিখ

২২-১১-২০২১।

ৱেবচাইট


শিক্ষাগত অৰ্হতা :

• প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উদ্ভিদ বিজ্ঞান/ উদ্যানশস্য/কৃষি বিজ্ঞান/ গছ বিজ্ঞানৰ এম এছ চি হব লাগিব।


বাছনি প্ৰক্ৰিয়া : আগ্ৰহী প্ৰাৰ্থীয়ে অহা ২২ নৱেম্বৰত Botany, 6th Mile, Tadong Gangtok-ত অনুষ্ঠিত হবলগা মৌখিক সাক্ষাতকাৰত উপস্থিত থাকিব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু পঢ়ক : তিনিচুকীয়া ন্যায়পালিকাত পিয়ন, নৈশ চকীদাৰ আদি পদ খালী

Next Story
চাকৰি