Begin typing your search above and press return to search.

ছিকিম বিশ্ববিদ্যালয়ত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদখালী

ছিকিম বিশ্ববিদ্যালয়ে প্ৰাধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ছিকিম বিশ্ববিদ্যালয়ত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2021 3:56 PM GMT

পদসমূহঃ

প্ৰাধ্যাপক, খালী পদৰ সংখ্যাঃ ২২টা।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয়ত প্ৰাৰ্থীৰ পি এইচ ডি থাকিব লাগিব।বিশ্ববিদ্যালয় বা কলেজত সহযোগী বা সহকাৰী অধ্যাপকৰূপে অধ্যাপনা কৰাৰ ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

সহযোগী অধ্যাপক, খালী পদৰ সংখ্যাঃ ২৮টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী পি এইচ ডি হোৱাৰ লগতে ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। সহকাৰী অধ্যাপকৰূপে ন্যূনতম ৮ বছৰৰ অধ্যাপনাৰ বা সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহৰ জৰিয়তে গৱেষণা কৰিব লাগিব।

সহকাৰী অধ্যাপক, খালী পদৰ সংখ্যাঃ ০৯টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী থকা হব লাগিব। তদুপৰি পি এইচ ডি থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

নিযুক্তিৰ স্থানঃ গেংটক, ছিকিম।

আবেদনৰ মাচুলঃ এহেজাৰ টকা।

ৱেবছাইটঃ https://www.cus.ac.in/

আবেদনৰ নিয়মঃ আবেদন "Sikkim University, 6th Mile, Samdur, P.O.- Tadong, Gangtok-737102 Sikkim"লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি