Begin typing your search above and press return to search.

মেঘালয়ৰ স্বাস্থ্য-ব্যৱস্থা সৱলীকৰণ প্ৰকল্পত (MHSSP) পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

মেঘালয়ৰ স্বাস্থ্য-ব্যৱস্থা সৱলীকৰণ প্ৰকল্পত (MHSSP) পদখালী

RaktimBy : Raktim

  |  24 Aug 2021 10:06 AM GMT

মেঘালয় স্বাস্থ্যব্যৱস্থা সৱলীকৰণ প্ৰকল্পত (MHSSP) প্ৰকল্প স্থপতিবিদ আৰু প্ৰকল্প পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰকল্প স্থপতিবিদ

খালী পদৰ সংখ্যা : ০১টা।

পদৰ নাম : প্ৰকল্প পৰামৰ্শদাতা

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : কামৰ ওপৰত ভিত্তি কৰিব

নিযুক্তিৰ স্থান : শ্বিলং

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/০৮/২০২১

পদৰ ধৰণ : স্থায়ী

শিক্ষাগত অৰ্হতা :

• প্ৰকল্প স্থপতিবিদ : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ১ বছৰীয়া অভিজ্ঞতা/ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ( B Arch) আৰু কোনো স্বাস্থ্যজনিত পৰিকল্পনা আৰু ৰূপাঙ্কণ কামত ২বছৰীয়া অভিজ্ঞতা থকা হ'ব লাগিব।

• প্ৰকল্প পৰামৰ্শদাতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MD/ MS (OBG) কৰা হ'ব লাগিব। লগতে নূন্যতম ১৫ বছৰৰ চিকিৎসা কেন্দ্ৰৰ অভিজ্ঞতা আৰু ৫ বছৰ কোনো ৰাজহুৱা স্বাস্থ্য জৰিত বিষয়ৰ লগত প্ৰশিক্ষণ/ ক্ষেত্ৰ অভিজ্ঞতা থাকিব লাগিব

আবেদনৰ প্ৰক্ৰিয়া :

• উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থীয়ে উপলব্ধ আবেদন পত্ৰৰ দ্বাৰা অন্তিম তাৰিখ ৩১ আগষ্ট ২০২১ৰ বিয়লি ৪বজাৰ আগত আবেদন পত্ৰ লগতে বায়ডাতা, প্ৰয়োজনীয় নথি পত্ৰ আৰু অভিজ্ঞতা মানপত্ৰৰ সফ্ট কপি দাখিল কৰিব লাগিব।

• সকলো নথি পত্ৰ ভালদৰে একত্ৰিত কৰি PDF যোগে পঠাব।

• প্ৰাৰ্থী সকলে তলত দিয়া লিংকত গৈ আবেদন পুৰাব লাগিব

প্ৰকল্প স্থাপত্বিদ : https://forms.gle/p3DZ9RMUFuFzAq5w5

প্ৰকল্প পৰামৰ্শদাতা : https://forms.gle/7cnqb2V3QZJgeYpZ6

Next Story
চাকৰি