অসমৰ উদ্যোগ-বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তি

অসমৰ উদ্যোগ-বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তি

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
Published on

খালী পদৰ সংখ্যাঃ ৮৭টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২-ৰ ১ জানুৱাৰী অথবা তাৰ পূৰ্বে আৰু ১৯৮২ৰ এক জানুৱাৰী অথবা তাৰ পাছত হব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com