Begin typing your search above and press return to search.

অসমৰ উদ্যোগ-বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তি

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অসমৰ উদ্যোগ-বাণিজ্য বিভাগৰ অধীনত সম্প্ৰসাৰণ বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2020 5:36 AM GMT

খালী পদৰ সংখ্যাঃ ৮৭টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২-ৰ ১ জানুৱাৰী অথবা তাৰ পূৰ্বে আৰু ১৯৮২ৰ এক জানুৱাৰী অথবা তাৰ পাছত হব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Next Story