Begin typing your search above and press return to search.
উদ্যোগ আৰু বাণিজ্য বিভাগত সম্প্ৰসাৰণ বিষয়া নিযুক্তি
ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ সম্প্ৰসাৰণ বিষয়া।
খালী পদৰ সংখ্যাঃ ৮৭টা।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।
বয়সৰ সীমাঃ ২০২০ৰ এক জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ জানুৱাৰীত বা তাৰ পূৰ্বে আৰু ১৯৮২ৰ ১ জানুৱাৰী বা তাৰ পাছত হ'ব লাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।
কাৰ্যালয়ৰ ঠিকনাঃ Address: Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত চাকৰি
Next Story