Begin typing your search above and press return to search.

SAMEER-প্ৰতিষ্ঠানত বিভিন্ন পদত নিযুক্তি

SAMEER-প্ৰতিষ্ঠানে জ্য়েষ্ঠ গৱেষণা সহকাৰী আৰু প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত ,সবিশেষ তথ্য় পাব

SAMEER-প্ৰতিষ্ঠানত বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jan 2022 12:15 PM GMT

SAMEER-প্ৰতিষ্ঠানৰ বিষয়েঃ

মুম্বাইস্থিত SAMEER-হৈছে ভাৰত চৰকাৰৰ পূ্ৰ্বৰ ইলেক্ট্ৰনিকছ বিভাগৰ গলেষণা আৰু বিকাশ ( আৰ এণ্ড ডি) পৰীক্ষাগাৰ। এই পৰীক্ষাগাৰে মাইক্ৰোৱেভ ইঞ্জনিয়ীাৰিং আৰু ইলেক্ট্ৰোমেগনেটিক ইঞ্জিনীয়াৰিং টেকনোলজীৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশৰ কাম কৰে। এই প্ৰতিষ্ঠান ১৯৮৪-ত স্থাপন কৰা হয়।

১৯৮৭-ত SAMEER-প্ৰতিষ্ঠানক চেন্নাইস্থিত ইলেক্ট্ৰোমেগনেটিক্স কেন্দ্ৰ সৈতে চামিল কৰা হয়। ১৯৯৪-ত মিলিমিটাৰ তৰংগৰ গৱেষণা আৰু বিকাশৰ বাবে SAMEER-ৰ কলকাতা কেন্দ্ৰ স্থাপন কৰা হয়। তদুপৰি নবী মুম্বাইত SAMEER-ৰ আন এটা কেন্দ্ৰও স্থাপন কৰা হৈছে।

SAMEER-প্ৰতিষ্ঠানৰ নিযুক্তি-২০২২ঃ

SAMEER-প্ৰতিষ্ঠানে জ্য়েষ্ঠ গৱেষণা সহকাৰী আৰু প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত ,সবিশেষ তথ্য় পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জ্যেষ্ঠ গৱেষণা সহকাৰী, প্ৰকল্প সহকাৰী।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

দৰমহা

মাহিলী ১৯,১০০ টকাৰ পৰা ৪৯, ৭০০টকা।

কৰিৰ অৱস্থান

গুৱাহাটী।

বয়সৰ সীমা

০৯-০১-২০২২-ত প্ৰাৰ্থীৰ বয়স ৩০-ৰ পৰা ৪৫ বছৰৰ ভিতৰত হব লাগিব।

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

বাছনি প্ৰক্ৰিয়া

অনলাইন পৰীক্ষা, সাক্ষাতকাৰ।

অন্তিম তাৰিখ

১৯ জানুৱাৰী, ২০২২

ৱেবছাইট

sameer.gov.in



শিক্ষাগত অৰ্হতা :

জ্যেষ্ঠ গৱেষণা সহকাৰী (ইলেক্ৰট্ৰনিক্স)-ৰ বাবে প্ৰাৰ্থী বি ই/ বি টেক, এম ই / এম টেক/ এম এছ চি হব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প সহকাৰীৰ বাবে প্ৰাৰ্থীৰ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা থাকিব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প টেকনিচিয়ান (ফিল্টাৰ-বি)-ৰ বাবে প্ৰাৰ্থী ৫৫ শতাংশ নম্বৰসহ আই টি আই চাৰ্টিফিকেটধাৰী হব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প টেকনিচিয়ান (ফিল্টাৰ-চি)-প্ৰাৰ্থী ৫৫ শতাংশ নম্বৰসহ আই টি আই চাৰ্টিফিকেটধাৰী হব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ

জ্যেষ্ঠ গৱেষণা সহকাৰী (ইলেক্ৰট্ৰনিক্স)- সৰ্বোচ্চ ৪৫ বছৰ।

প্ৰকল্প সহকাৰীঃ ৪০ বছৰ।

প্ৰকল্প টেকনিচিয়ান (ফিল্টাৰ-বি)ঃ ৩০ বছৰ।

প্ৰকল্প টেকনিচিয়ান (ফিল্টাৰ-চি)ঃ ৩৫ বছৰ।




আবেদন কৰাৰ পদক্ষেপ :

প্ৰথমে অফিচিয়েল ৱেবছাইট @ sameer.gov.in চাওক

আৰু আপুনি আবেদন কৰিব লগা তাক লৈ নিযুক্তি বা কেৰিয়াৰপৰীক্ষা কৰক।

সংশ্লিষ্ট চাকৰিৰ অধিসূচনা খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু আবেদন প্ৰপত্ৰ অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ (১৯ জানুৱাৰী ২০২২) প্ৰেৰণ কৰক।


আৰু চাব পাৰে : কাৰ্বি আংলং নিযুক্তি ২০২২ − ০৩ গ্ৰেড-৩ আৰু গ্ৰেড-৪ খালী পদ

Next Story
চাকৰি