Begin typing your search above and press return to search.

অসমৰ সমাজ কল্যাণ বিভাগত বিশেষজ্ঞ-সহায়ক নিযুক্তি

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ সমাজ কল্যাণ বিভাগত বিশেষজ্ঞ-সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2021 9:37 AM GMT

পদসমূহঃ

স্পেচিয়েলিষ্ট(জেণ্ডাৰ)

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৩৬,৭৫০টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ ছ'চিয়েল ৱৰ্ক / অৰ্থনীতি / উইমেন ষ্টাডিজ / আইন/ প্ৰশাসন বা সংম্পৰ্কিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

অভিজ্ঞতাঃ নাৰীৰ সৈতে সম্পৰ্কিত বিষয়ত ন্যূনতম তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

কম্পিউটাৰৰ ৱৰ্ডৰ জ্ঞান থাকিব লাগিব। লগতে spread sheet and presentation packages-ৰ কাম কৰিব পাৰিব লাগিব।

সহায়ক(প্ৰশিক্ষণ আৰু ডকুমেণ্টেচন)

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৫,৭৫০টকা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। লগতে মাইক্ৰোছফট, পাৱাৰ পইণ্ট আদিৰ পাঠ থকা কম্পিউটাৰ ডিগ্ৰী বা ডিপ্লমা থাকিব লাগিব।

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম তিনি বছৰৰ।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ন্যূনতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ৪০ বছৰ। অৱশ্যে অবিচি / এমঅবিচি প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ-চি, এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু শাৰিৰকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

আবেদন জনোৱাৰ পদ্ধতিঃ অফলাইন।

নিযুক্তিৰ স্থান- গুৱাহাটী।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ আৰু পৰীক্ষাৰ ভিত্তিত।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি