সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি

ৰাজ্যিক সমাজ কল্যাণ বিভাগে পোষণ অভিযান, অসমৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি
Published on: 

পদৰ নামঃ খণ্ড প্ৰকল্প সহায়ক(ঠিকাভিত্তিক)

নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, বাগসা, দৰং, ওদালগুৰি, বিশ্বনাথ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

খালী পদৰ সংখ্যাঃ ১৬টা।

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক ই-মেইলযোগে জনোৱা হব। এই ই-মেইলত সাক্ষাতকাৰৰ স্থান আদিৰ বিষয়ে প্ৰাৰ্থীক অৱগত কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com