শোণিতপুৰ জিলা ন্যায়পালিকাত মুখ্য প্ৰশাসনিক বিষয়াৰ পদ খালী
শোণিতপুৰ জিলা ন্যায়পালিকাই এজন মুখ্য প্ৰশাসনিক বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম -মুখ্য প্ৰশাসনিক বিষয়া ।
খালী পদ-১ টা ।
অৱস্থান -জ্যোতিৰ্পুৰ, অসম ।
দৰমহা -৩০,০০০/--১,১০,০০০/- (প্ৰতি মাহে) ।
আবেদনৰ অন্তিম তাৰিখ- ২৭/১০/২০২১।
বয়সৰ সীমা নাই ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজন স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আৰু অতিৰিক্ত জিলাৰ চিৰস্তাদাৰ আৰু সত্ৰ ন্যায়াধীশ বা জিলা আৰু সত্ৰ ন্যায়াধীশ প্ৰতিষ্ঠানত মুখ্য সহায়ক হিচাপে নিৰন্তৰভাৱে ৫ (পাঁচ) বছৰ বা অধিক সময়ৰ বাবে সেৱা আগবঢ়াব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতা পূৰণ কৰা প্ৰাৰ্থীজনে সকলো প্ৰশংসাপত্ৰ আৰু দুখন শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ সৈতে সংশ্লিষ্ট জিলা আৰু সত্ৰ ন্যায়াধীশৰ দ্বাৰা জাৰী কৰা অভিজ্ঞতা প্ৰমাণপত্ৰ সংলগ্ন কৰি সঠিক চেনেলৰ জৰিয়তে তেওঁলোকৰ আৱেদন দাখিল কৰে। আৱেদনবোৰ ২৭ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে "জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ, তেজপুৰ"ৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব।