চাউথ ইষ্টাৰ্ণ কোলফিল্ড লিমিটেডত নিযুক্তি

চাউথ ইষ্টাৰ্ণ কোলফিল্ড লিমিটেডত নিযুক্তি
Published on

চাউথ ইষ্টাৰ্ণ কোলফিল্ড লিমিটেডত নিযুক্তি

চাউথ ইষ্টাৰ্ণ কোলফিল্ড লিমিটেডত ষ্টাফ নাৰ্চ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- ষ্টাফ নাৰ্চ

পদৰ সংখ্যা - ০২

দৰমহা - ৩১,৮৫২ প্ৰতিমাহ

চাকৰি স্থান- বিলাচপুৰ

অন্তিম তাৰিখ-৩১-০৫-২০২০

অনলাইন আৱেদন জনাবৰ বাবে -www.secl-cil.in.

বাচনি প্ৰক্ৰিয়া- লিখিত / সাক্ষাৎকাৰ

অধিক জানিবৰ বাবে : Click here 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com