ভাৰতীয় মচলা ব'ৰ্ড, গুৱাহাটীত কনছালটেণ্ট নিয়োগ

ভাৰতীয় মচলা ব'ৰ্ডে কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় মচলা ব'ৰ্ড, গুৱাহাটীত কনছালটেণ্ট নিয়োগ

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ৪০,০০০টকাৰ পৰা ৬০,০০০টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ মে'ত ৪৫ বছৰতকৈ কম হব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৮-২০২০।

ঠিকনাঃ Secretary, Spices Board, Kochi -682025।

আবেদনৰ নিয়মঃ: আবেদন hrdatp.sb-ker@gov.in এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ চাওক http://www.indianspices.com/opportunities/details.html?id=283। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com