ভাৰতীয় মছলা বোৰ্ডত কনছালটেণ্ট এছিষ্টেণ্টৰ পদখালী

ভাৰতীয় মছলা বোৰ্ডত কনছালটেণ্ট এছিষ্টেণ্টৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
Published on

ভাৰতীয় মছলা বোৰ্ডে কনছালটেণ্ট এছিষ্টেণ্ট পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ১টা। 

বয়সৰ সীমাঃ ৬৪ বছৰ। 

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত। 

আবেদন প্ৰেৰণৰ নিয়মঃ অনলাইন। 

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকা। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১। 

ৱেবছাইটঃ http://indianspices.com

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। প্ৰাৰ্থী কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ শাখা বিষয়া পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত বিষয়া হব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com