ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত স্বাস্থ্যকৰ্মী নিযুক্তি

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত স্বাস্থ্যকৰ্মী নিযুক্তি

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে নিম্নোক্ত স্বাস্থ্যকৰ্মী পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

পদসমূহঃ

নাৰ্ছিং সহায়ক, খালী পদৰ সংখ্যাঃ ০৩টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৪০ বছৰ।

লেব'ৰেটৰী টেকনিচিয়ান

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৬-২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো ঠাইত।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ২৮ জুনৰ ভিতৰত নিৰ্ধাৰিত প্ৰ-পত্ৰ আৰু আনুসংগিক নথিপত্ৰসহ আবেদন পত্ৰ ncoelkorecruitment@gmail.com লৈ প্ৰেৰণ কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com