Begin typing your search above and press return to search.

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত সহকাৰী প্ৰশিক্ষকৰ পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত সহকাৰী প্ৰশিক্ষকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-29T16:18:35+05:30


ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)-এ নিম্নোক্ত ক্ৰীড়া শাখাসমূহত সহকাৰী প্ৰশিক্ষক পদত নিযোগৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদঃ সহকাৰী প্ৰশিক্ষক।

খালী পদৰ সংখ্যাঃ আৰ্চাৰী – ১৩টা, এথলেটিকচ – 20টা, বাস্কেটবল – 6টা, বক্সিং – ১৩টা, চাইক্লিং – ১৩টা, ফেন্সিং – ১৩টা, ফুটবল – ১০টা, জিমনাষ্টিকচ – ৬টা, হেণ্ডবল – ৩টা, হকী – ১৩টা, জুডো – ১৩টা, কাবাডী -৫টা, ক্যাৰেটে -৪টা, Kayaking & Canoeing – ৬টা, খো-খো- ২টা, ৰয়িং – ১৩টা, ছেপাক টাকৰো ৫টা, শ্বুটিং -–৩টা, Softball -–১টা, ছুইমিং -–৭টা, টেবল টেনিছ -–৭টা, টাইকোৱানডো- ৬টা, ভলীবল -–৬টা, ভাৰত্তোলন- ১৩টা, মল্লযুঁজ -–১৩টা, উশু -–৬টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

দৰমহাঃ ৪১, ৪২০টকাৰ পৰা ১, ১২, ৪০০টকা (মাহিলী)।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-১০-২০২১।

বয়সৰ সীমাঃ ৪০ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

অৰ্হতাঃ প্ৰাৰ্থী ছাই, এন এছ এন আই এছ অথবা আন কোনো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা কোচিঙৰ ডিপ্লমা গ্ৰহণ কৰা হব লাগিব। অথবা অলিম্পিক নাইবা আন্তৰ্জাতিক টুৰ্ণামেণ্টত অংশ লোৱা হব লাগিব। নতুবা দ্ৰোণাচাৰ্য বঁটাপ্ৰাপক হব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story