Begin typing your search above and press return to search.
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(ছাই)ত প্ৰশিক্ষকৰ পদখালী
অধিক তথ্য এই বাতৰিত পাব।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)-এ প্ৰশিক্ষক পদত নিযোগৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
দৰমহাঃ ১, ০৫, ০০০টকাৰ পৰা ১, ৫০,০০টকা (মাহিলী)।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-১০-২০২১।
বয়সৰ সীমাঃ ৪৫ বছৰ। আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
অৰ্হতাঃ প্ৰাৰ্থী ছাই, অথবা আন কোনো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা কোচিঙৰ ডিপ্লমা গ্ৰহণ কৰা হব লাগিব।
আবেদনঃ ইচ্ছ্যুক প্ৰাৰ্থীয়ে ৩১-০৮-২০২১ৰ পৰা ১৫ অক্টোবৰ, ২০২১লৈ website sportsauthorityofindia.nic.in-ৰ পৰা আবেদন জনাব পাৰে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story