ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ নিযুক্তি ২০২১ - সঞ্চালকৰ পদ খালী

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে শেহতীয়াকৈ এজন সঞ্চালকৰ খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী দিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ নিযুক্তি ২০২১ - সঞ্চালকৰ পদ খালী
Published on

পদৰ নাম -সঞ্চালক ।

খালী পদ-১ টা ।

অৱস্থান- সমগ্ৰ ভাৰতত ।

দৰমহা-নিয়ম অনুসৰি ।

আবেদনৰ অন্তিম তাৰিখ- ২১/০৯/২০২১ ।

বয়স-৫৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ কৰিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন সঞ্চালক (নিযুক্তি) কোঠা নং ২১৪, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ জৱাহৰলাল নেহৰু ষ্টেডিয়াম কমপ্লেক্স (ইষ্ট গেট) লোধি ৰোড, নতুন দিল্লী- ১১০ ০০৩ লৈ প্ৰেৰণ কৰিব লাগিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com