Begin typing your search above and press return to search.

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত নিযুক্তি 2020

Srimanta Sankaradeva University of Health Sciences

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2020 9:35 AM GMT

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত নিযুক্তি 2020

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত বিভিন্ন পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।‌

পদ সমূহ -

১) ৰেজিষ্টাৰ ( একাডেমীক)

২) কন্ট্ৰলাৰ অফ এক্সামিনিছন ।

৩) ৰেজিষ্টাৰ

৪) ফাইনেন্স/একাউণ্টচ অফিচাৰ

আবেদন মাছুল - ইচ্ছুক প্ৰাৰ্থীয়ে তথ্য সমূহ ১০০০ টকাৰ সহায়ত শ্ৰীমন্ত শংকৰদেৱৰ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সৰ এছ বি আই, জি এম চি শাখাত জমা কৰিব লাগিব।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে আবেদন সমূহ Member Secretary, Selection Committee, Srimanta Sankaradeva University of Health Sciences, 2nd Floor, Gauhati Medical College Building, Narakasur Hilltop, Bhangagarh, Guwahati-781032, Assam ঠিকনা চাকৰি বাবে নিযুক্তি প্ৰকাশ হোৱাৰ (২৯-০৪-২০২০) ৪৫ দিনৰ ভিতৰত জমা কৰিব লাগিব ।

অন্তিম তাৰিখ-৪৫ দিন (২৯-০৪-২০২০ ৰ পৰা )

অন্য খবৰ‌ পঢ়ক : ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০


Next Story
চাকৰি