Begin typing your search above and press return to search.

সমগ্ৰ শিক্ষা অভিযান, অসমত ৫৫টা পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰে।

সমগ্ৰ শিক্ষা অভিযান, অসমত ৫৫টা পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2021 8:36 AM GMT


সমগ্ৰ শিক্ষা অভিযান অসমে মধ্যাহ্ন ভোজন আঁচনিৰ বাবে ৫৫ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই নিযুক্তি ঠিকাভিত্তিক হব।


পদসমূহঃ

ৰাজ্যিক এম আই এছ মেনেজাৰ।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ

# স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত কম্পিউটাৰ ছায়েন্স / ইলেক্ট্ৰনিকছৰ প্ৰথম শ্ৰেণীৰ বি ই বা প্ৰথম শ্ৰেণীৰ এম চি এ।

# ডাটাবেছ মেনেজমেণ্টত আৰু in–house software development-ত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।.

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকা।

2. গাণনিক সহায়ক

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বি কম হোৱাৰ লগতে যিকোনো চৰকাৰী বিভাগ / চৰকাৰী প্ৰতিষ্ঠান / ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান / প্ৰতিষ্ঠিত ব্যক্তিগত সংস্থাত একাউণ্ট সংক্ৰান্তীয় কামত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# MS–Office-ৰ জ্ঞান থাকিবই লাগিব।

3. ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ (EDP)

খালী পদৰ সংখ্যা: ১টা।

দৰমহা: মাহিলী ১০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতা: স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ন্যূনতম এবছৰীয়া ডিপ্লোমা বা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা ডি টি পিৰ ডিপ্লোমা থাকিব লাগিব নাইবা পলিটেকনিকৰ পৰা ৩ বছৰীয়া কম্পিউটাৰ পাঠ্যক্ৰমৰ ডিপ্লোমা থাকিব লাগিব।

# যিকোনো চৰকাৰী বিভাগ / চৰকাৰী প্ৰতিষ্ঠান / ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান / প্ৰতিষ্ঠিত ব্যক্তিগত সংস্থাত ডাটা এণ্ট্ৰি বা এম আই এছৰে সম্পৰ্কিত কামত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


. জিলা কৰ্মসূচী প্ৰৱন্ধক

খালী পদৰ সংখ্যা : ৫ টা।

দৰমহা: মাহিলী ২৫ হেজাৰ টকা।

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্বিদ্যালয়ৰ পৰা পূৰ্ণকালীন সময়ৰ এম বি এ। অথবা স্বীকৃতিপ্ৰাপ্ত বিশ্বিদ্যালয়ৰ পৰা ছোচিয়েল ৱৰ্কৰ স্নাতকোত্তৰ ডিগ্ৰী।


# সামাজিক খণ্ডৰে জড়িত স্থাস্থ্য /শিক্ষা বা আনুসংগিক খণ্ডত কাম কৰাৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# MS–Office-ৰ জ্ঞান থাকিব লাগিব।

5. জিলা এম আই এছ মেনেজাৰ

খালী পদৰ সংখ্যা: ২৪ টা।

দৰমহা: মাহিলী ২২ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ

# স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত কম্পিউটাৰ ছায়েন্স / ইলেক্ট্ৰনিকছৰ প্ৰথম শ্ৰেণীৰ বি ই বা প্ৰথম শ্ৰেণীৰ এম চি এ।

# ডাটাবেছ মেনেজমেণ্টত আৰু in–house software development-ত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।.

6.গাণনিক বিষয়া।

খালী পদৰ সংখ্যা: ২৩টা।

দৰমহা: মাহিলীঃ ২০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ

#বি কম হোৱাৰ লগতে যিকোনো চৰকাৰী বিভাগ / চৰকাৰী প্ৰতিষ্ঠান / ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান / প্ৰতিষ্ঠিত ব্যক্তিগত সংস্থাত একাউণ্ট সংক্ৰান্তীয় কামত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# MS–Office-ৰ জ্ঞান থাকিব লাগিব।


বয়সৰ সীমাঃ ৪৫ বছৰ।

প্ৰাৰ্থীসকলে আবেদন জনোৱাৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ নিযুক্তি পৰ্টেল চাব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

.

Next Story
চাকৰি