Begin typing your search above and press return to search.

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে টে'ট পৰীক্ষাৰ আয়োজন

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে টেট পৰীক্ষাৰ  আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 8:34 AM GMT

সৰ্বশিক্ষা অভিযান, অসমে নিন্ম আৰু উচ্চ প্ৰাথমিকৰ বাবে শিক্ষক অৰ্হতা নিৰূপণ পৰীক্ষা (TET) অনুষ্ঠিত কৰিবলৈ লৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : শিক্ষক অৰ্হতাৰ পৰীক্ষা (TET)।

খালী পদৰ সংখ্যা : বিভিন্ন।

বয়স : উল্লেখিত নাই

দৰমহা : নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/০৯/২০২১।

আবেদন মাছুল : সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী : ৩২৫টকা ।

SC/ ST/ OBC/ PWD প্ৰাৰ্থী : ৩০০টকা।

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা অনুষ্ঠানৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন অনলাইন যোগে সৰ্বশিক্ষা অভিযানৰ অফিচিয়েল ৱেবচাইট যোগে দাখিল কৰিব পাৰিব।

ৱেবচাইট : ssa.assam.gov.in


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি