Begin typing your search above and press return to search.

শিক্ষক নিযুক্তিৰ বাবে সৰ্বশিক্ষা অভিযানৰ আবেদন আহ্বান

উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকত শিক্ষক নিযুক্তিৰ বাবে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা সৰ্বশিক্ষা অভিযান মিছন, অসমে আবেদন বিচাৰিছে।

শিক্ষক নিযুক্তিৰ বাবে সৰ্বশিক্ষা অভিযানৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Sep 2020 3:48 PM GMT

খালী পদৰ সংখ্যাঃ

নিম্ন প্ৰাথমিকৰ সহকাৰী শিক্ষকঃ

মুঠ খালী পদৰ সংখ্যাঃ ২,৯৬৬টা।

শিক্ষাগত অৰ্হতাঃ অন্ততঃ ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। তদুপৰি প্ৰাথমিক শিক্ষাত দুবছৰীয়া ডিপ্লমা থাকিব লাগিব।

উচ্চ প্ৰাথমিকৰ সহকাৰী শিক্ষক(গণিত আৰু বিজ্ঞান)ঃ

খালী পদৰ সংখ্যাঃ ২৩৯টা।

শিক্ষাগত অৰ্হতাঃ ইউ জি চি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি এছ চি। লগতে প্ৰাথমিক শিক্ষাৰ দুবছৰীয়া ডিপ্লমা থাকিব লাগিব।

সহকাৰী শিক্ষক (সমাজ বিজ্ঞান)ঃ

খালী পদৰ সংখ্যাঃ ৫৪৮টা।

শিক্ষাগত অৰ্হতাঃ ইউ জি চি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক। লগতে প্ৰাথমিক শিক্ষাৰ দুবছৰীয়া ডিপ্লমা থাকিব লাগিব।লগতে সকলোৱে ন্যূনতম ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

বয়সৰ সীমাঃ ন্যূনতম ১৮ বছৰৰ পৰা ৪০ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়ত কাৰিকৰী সহায়ক নিযুক্তি

Next Story
চাকৰি