শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত নিযুক্তি

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত নিযুক্তি

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত নিযুক্তি

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত বিভিন্ন পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।‌

পদ সমূহ - ১) ৰেজিষ্টাৰ ( একাডেমীক)

২) কন্ট্ৰলাৰ অফ এক্সামিনিছন ।

৩) ৰেজিষ্টাৰ

৪) ফাইনেন্স/একাউণ্টচ

অফিচাৰ আবেদন মাছুল - ইচ্ছুক প্ৰাৰ্থীয়ে তথ্য সমূহ ১০০০ টকাৰ সহায়ত শ্ৰীমন্ত শংকৰদেৱৰ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সৰ এছ বি আই, জি এম চি শাখাত জমা কৰিব লাগিব।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে আবেদন সমূহ Member Secretary, Selection Committee, Srimanta Sankaradeva University of Health Sciences, 2nd Floor, Gauhati Medical College Building, Narakasur Hilltop, Bhangagarh, Guwahati-781032, Assam ঠিকনা চাকৰি বাবে নিযুক্তি প্ৰকাশ হোৱাৰ (২৯-০৪-২০২০) ৪৫ দিনৰ ভিতৰত জমা কৰিব লাগিব ।

অন্তিম তাৰিখ-৪৫ দিন (২৯-০৪-২০২০ ৰ পৰা )

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com