Begin typing your search above and press return to search.

২৫২৭১ পদত কনিষ্টবল নিযুক্তিৰ বাবে এছ এছ চিৰ আবেদন আহ্বান

ষ্টাফ চিলেকচন কমিশ্যনে ২৫,২৭১ কনিষ্টবলৰ খালী পদ পূৰণৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে।

২৫২৭১ পদত কনিষ্টবল নিযুক্তিৰ বাবে এছ এছ চিৰ আবেদন আহ্বান

RaktimBy : Raktim

  |  13 Aug 2021 10:42 AM GMT

ষ্টাফ চিলেকচন কমিশ্যনে ২৫,২৭১ কনিষ্টবলৰ খালী পদ পূৰণৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। এই পদসমূহ হ'ল কনিষ্টবল ( জেনেৰেল ডিউটী), সীমা সুৰক্ষা বাহিনী (বি এছ এফ), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF), ইণ্ডো টিবেটান বর্ডাৰ পুলিচ (ITBP), সশস্ত্ৰ সীমা বল (SSB), ছেক্ৰেটেৰীয়েত চিকিউৰিটি ফৰ্চ (SSF) আৰু আছাম ৰাইফলছৰ ৰাইফলমেন (জেনেৰেল ডিউটি) । আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।


পদৰ নাম - কনিষ্টবল (জেনেৰেল ডিউটী)।

পদ - ২৫২৭১

অৱস্থান - সমগ্ৰ ভাৰতত

বয়স - ১৮ - ২৩ বছৰ

দৰমহা – মাহিলী ২১,৭০০ – ৬৯,১০০টকা।

আবেদনৰ মাছুল - এছ চি/ এছ টি/ ই এছ এম/ মহিলা : নালাগে ।

বাকীসকৰ ক্ষেত্ৰত : ১০০ টকা

আবেদনৰ শেষ তাৰিখ - ৩১/০৮/২০২১

কনিষ্টবল (জেনেৰেল ডিউটী) খালী পদৰ বাবে শিক্ষাগত অৰ্হতা:

•উক্ত পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল যিকোনো স্বীকৃত বোৰ্ডৰ অধীনত মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব ।

• প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ'ব লাগিব।

• প্ৰাৰ্থীসকলে পি আৰ চিৰ কপি জমা কৰিব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া -

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমে কম্পিউটাৰ পৰীক্ষা হ'ব। দ্বিতীয় পৰ্যায়ত শাৰীৰিক দক্ষতাৰ পৰীক্ষা। পৰৱৰ্তী পৰ্যায়সমূহত শাৰীৰিক মান পৰীক্ষা, মেডিকেল পৰীক্ষা আৰু অন্তত নথিপত্ৰৰ সত্যাসত্য নিৰ্ণয় কৰা হ'ব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি