Begin typing your search above and press return to search.
উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে এছ এছ চিৰ আবেদন আহ্বান
ষ্টাফ ছিলেকচন কমিছন(এছ এছ চি)-এ উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১,৫৬৪টা।
দৰমহাঃ ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০টকা।
আবেদনঃ অনলাইনত আবেদন জনাব পাৰিব। কিন্তু প-পত্ৰ সাৱধানতাৰে পূৰণ কৰিব। কাৰণ এবাৰ পূৰণ কৰা প-পত্ৰত কোনো ভুল থাকিলে সেয়া শুধৰোৱাৰ কোনো সুযোগ লাভ নকৰিব।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৭-২০২০।
সবিশেষ জানিবলৈ https://ssc.nic.in/SSCFileServer/PortalManagement/UploadedFiles/notice_SICPO_17062020.pdf চাওক।
Next Story