Begin typing your search above and press return to search.
এছ বি আইত বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান
ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ নিম্নোক্ত বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

SBI Circle Based Officer।
খালী পদৰ সংখ্যাঃ ৩,৮৪০টা।
বয়সৰ সীমাঃ ০১-০৮-২০২০ত ৩০ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ১৯৯০ৰ ২ আগষ্টৰ পূৰ্বে হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।
দৰমহাঃ জে এম চি এছ-১(২৩,৭০০-৮০০টকা, ৭-৩০,৫৬০-১১৪৫টকা, ২-৩২,৮৫০-১,৩১০টকা, ৭-৪২,০২০টকা)।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬ আগষ্ট, ২০২০।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ recruitment.bank.sbi/crpd-cbo-2020-21-20-ত অনলাইন আবেদন কৰিব লাগিব।
আৰু পঢ়িব পাৰেঃ গাণনিক সহায়ক নিযুক্তিৰ বাবে ছেবাৰ আবেদন আহ্বান
Next Story