ভাৰতীয় ষ্টেট বেংকত অভিযন্তা নিযুক্তি

ভাৰতীয় ষ্টেট বেংকে অভিযন্তা(অগ্নিনিৰ্বাপন) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় ষ্টেট বেংকত অভিযন্তা নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১৬টা।

দৰমহাঃ মাহিলী ২৩,৭০০ টকাৰ পৰা ৪২,০২০টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।

আবেদন দাখিলৰ প্ৰক্ৰিয়াঃ অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৬-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অবিচি আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে ৭৫০টকা। এছ চি-এছ টিৰ মাচুল নাই।

চাকৰিৰ প্ৰকৃতিঃ নিয়মীয়া।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপন সেৱা কলেজ, নাগপুৰৰ পৰা বি ই (অগ্নিনিৰ্বাপন) হব লাগিব। অথবা সুৰক্ষা আৰু অঘ্নিনিৰ্বাপন ইঞ্জিনীয়াৰিঙৰ বি ই বা সুৰক্ষা আৰু অঘ্নিনিৰ্বাপন ইঞ্জিনীয়াৰিঙৰ বি টেক হব লাগিব। নাইবা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি এছ চি(অগ্নিনিৰ্বাপন) হব লাগিব। অথবা Institute of Fire Engineers (India/UK)ৰ পৰা স্নাতক হব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com