Begin typing your search above and press return to search.
এছ বি আইত বিশেষজ্ঞ বিষয়াৰ ৬৯ টা পদখালী
ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ নিম্নোক্ত বিশেষজ্ঞ বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ সবিশেষ তথ্য তলত পাবঃ

খালী পদৰ সংখ্যাঃ ৬৯টা।
বয়সৰ সীমাঃ ২৫ ৰ পৰা ৩৫ বছৰ।
শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰসহ পূৰ্ণ-কালীন সময়ৰ এম বি এ (মাৰ্কেটিং) ডিগ্ৰীধাৰী অথবা পি জি ডি এম নতুবা সমপৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা হ'ব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২১।
আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী / অ' বি চি / আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীঃ ৭৫০টকা। এছ চি/ এছ টি/ বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে। মাচুল আদায়ৰ নিয়ম: Debit Card/ Credit Card/ Internet Banking etc আদিৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়া। .
ৱেবছাইটঃ https://www.sbi.co.in/
দৰমহাঃ এছ বি আইৰ নিয়মানুসৰি ।
আৰু চাব পাৰেঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদখালী
Next Story