সহকাৰী আবকাৰী পৰিদৰ্শক নিযুক্তি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ বোৰ্ডৰ

অসমৰ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ বোৰ্ডে সহকাৰী আবকাৰী পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
সহকাৰী আবকাৰী পৰিদৰ্শক নিযুক্তি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ বোৰ্ডৰ
Published on

খালী পদৰ সংখ্যাঃ ৪৪টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

নিযুক্তিৰ স্তানঃ গুৱাহাটী।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৭-২০২০।

সবিশেষ জানিবলৈ https://slprbassam.in/pdf/RecruitmentNotice2020/Advertisement%20Excise%2012-06-2020.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com