ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ ষ্টেনোগ্ৰাফাৰ নিযুক্তি

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে গ্ৰেড-৩ ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ ষ্টেনোগ্ৰাফাৰ নিযুক্তি

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ২৮বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ জানুৱাৰীৰ পূৰ্বে আৰু ১৯৮২ৰ এক জানুৱাৰীৰ পাছত হ'ব লাগিব। অৱশ্যে এছ চি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ বৰ্ডে কেৱল মেট্ৰিকৰ প্ৰমাণপত্ৰত লিপিবদ্ধ বয়সহে গ্ৰহণ কৰিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।

আবেদন মাচুলঃ কোনো ধৰণৰ আবেদন মাচুলৰ ব্যৱস্থা নাই। ঠিকনাঃ State Level Police Recruitment Board Assam, Rehabari, Guwahati –781008. আবেদন কেৱল এই ৱেবছাইট www.slprbassam.in ৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। অন্তিম তাৰিখৰ পাছত আবেদন গ্ৰহণ কৰা নহ'ব।

সবিশেষ জানিবলৈ www.slprbassam.in চাওক। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com