ৰাজ্যিক গ্ৰাম্য সংস্থাপন সমাজ মেঘালয়ত পদখালী
ৰাজ্যিক গ্ৰাম্য সংস্থাপন সমাজ, মেঘালয়ত, কৰ্মসূচী প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : কাৰ্য-সূচী প্ৰবন্ধক
খালী পদৰ সংখ্যা : ০১
বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই
দৰমহা : ৩০,০০০টকা, মাহিলী
পদৰ অৱস্থান : শ্বিলং, মেঘালয়
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৯/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী গ্ৰামীণ উন্নয়ন বিষয়ত পোষ্ট গ্ৰেজুৱেট নাইবা মাষ্টাৰছ ডিগ্ৰী কৰা হ'ব লাগিব বা কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কোনো সমান্তৰাল ডিগ্ৰীধাৰী হ'ব লাগিব।
কৰ্ম অভিজ্ঞতা :
গ্ৰামীণ উন্নয়ন বিভাগত কমেও ৫বছৰীয়া কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।
আবেদন প্ৰক্ৰিয়া :
এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে অফিচিয়েল ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আবেদন পত্ৰ, বায়ডাটা, নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, আৰু পাছপৰ্ট ফটো (০২খন) সৈতে সংযোগ কৰি উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা :
অভিযান নিৰ্দেশক, ৰাজ্যিক গ্ৰাম্য সংস্থাপন সমাজ, মেঘালয়, শ্বিলং,