Begin typing your search above and press return to search.

ভাৰত চৰকাৰৰ STQC-ত উপ-সঞ্চালক, প্ৰশাসনিক বিষয়াৰ পদখালী

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ STQC-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰত চৰকাৰৰ STQC-ত উপ-সঞ্চালক, প্ৰশাসনিক বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2021 6:58 AM GMT


পদসমূহঃ

উপ-সঞ্চালক(ডি ডি)

খালী পদৰ সংখ্যাঃ ০৪টা।

অৰ্হতাঃ সমপৰ্যায়ৰ নিয়মীয়া পদবীত ন্যূনতম কাৰ্যনিৰ্বাহ। অথবা পে মেট্ৰিক্স-৯ত নিয়মীয়া সে,ৱাত ৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

প্ৰশাসনিক বিষয়া, খালী পদৰ সংখ্যাঃ ০১টা।

অৰ্হতাঃ সমপৰ্যায়ৰ নিয়মীয়া পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব অথবা পে মেট্ৰিক্স-৮ত নিয়মীয়া সেৱাত দুবছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

সহকাৰী শাখা বিষয়া, খালী পদৰ সংখ্যাঃ ০৫টা।

অৰ্হতাঃ সমপৰ্যায়ৰ পদবীত নিয়মীয়া ভিত্তিত কাৰ্যনিৰ্বাহ কৰা হব লাগিব। অথবা পে-মেট্ৰিক্সত ৪-ত ন্যূনতম ১০ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

ব্যক্তিগত সহায়ক, খালী পদৰ সংখ্যাঃ ১০টা।

অৰ্হতাঃ নিয়মীয়া ভিত্তিত সম-পৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব। অথবা পে-মেট্ৰিক্স-৪ত বা সমপৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা হব লাগিব বা ষ্টেনোগ্ৰাফাৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা হব লাগিব।

জ্যেষ্ঠ সচিবীয় সহায়ক, খালী পদৰ সংখ্যাঃ ১১টা।

অৰ্হতাঃ সম-পৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা বা পে-মেট্ৰিক্স-২ৰ পৰ্যায়ত কাম কৰি থকা হব লাগিব।

আবেদন দাখিলৰ প্ৰক্ৰিয়াঃ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদনপত্ৰ Shri Sanjeev Kumar, Deputy Director, STQC, Directorate, Ministry of Electronics and Information Technology, Electronics Niketan, 6, CGO Complex, New Delhi-110003-লৈ প্ৰেৰণ কৰিব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৭-২০২১।

বয়সৰ সীমাঃ ৫৬ বছৰ।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদনৰ নিয়মঃ অফলাইন।

ৱেবছাইটঃ stqc.gov.in।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি