Begin typing your search above and press return to search.
উচ্চতম ন্যায়ালয়ত অট্টালিকা তদাৰকী নিয়োগ
উচ্চতম ন্যায়ালয়ে অট্টালিকা তদাৰকী( Building Supervisor) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৮টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৮-২০২০।
দৰমহাঃ ৪৭,৬০০টকা। বয়সৰ সীমাঃ ০১-০৮-২০২০-ত ৩০ বছৰতকৈ কম হব লাগিব।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ Registrar (Recruitment cell), Supreme Court of India, Tilak Nagar, New Delhi.লৈ আবেদন প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ নিৰ্বাচন আয়োগত ডাটা এণ্ট্ৰী অপাৰেটৰৰ প্ৰয়োজন
Next Story