Begin typing your search above and press return to search.

টি আই এছ এছত সহযোগী অধ্যাপকৰ পদখালী

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সে সহযোগী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

টি আই এছ এছত সহযোগী অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-20T10:49:41+05:30

খালী পদৰ সংখ্যাঃ ছটা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাই, হায়দৰাবাদ ।

আবেদনৰ মাচুলঃ দুহেজাৰ টকা। অৱশ্যে অ' বি চি, এছ চি, এছ টি আৰু শাৰীৰিকভাৱে অক্ষম(দিব্যাংগ) প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

কেৱল অন-লাইন আবেদনহে গ্ৰহণ কৰা হ'ব।

সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট website www.tiss.edu চাওক।

Next Story