সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে টাটা মেম'ৰিয়েলৰ আবেদন আহ্বান

টাটা মেম’ৰিয়েল কেন্দ্ৰই সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে টাটা মেম'ৰিয়েলৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩৫,৪০০টকা

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ ২৪-০৭-২০২০ত সৰ্বোচ্চ ৩০ বছৰ।

সবিশেষ জানিবলৈ https://tmc.gov.in/m_events/Events/JobDetail?jobId=6932চাওক।    

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com