টাটা মেম'ৰিয়েল চেণ্টাৰৰ জ্যেষ্ঠ আৱাসিক চিকিত্সক নিয়োগ

টাটা মেম’ৰিয়েল চেণ্টাৰে জ্যেষ্ঠ আৱাসিক চিকিত্সক নিয়োগৰ বাবে আবেদন বিচাৰিছে।
টাটা মেম'ৰিয়েল চেণ্টাৰৰ জ্যেষ্ঠ আৱাসিক চিকিত্সক নিয়োগ
Published on: 

খালী পদৰ সংখ্যাঃ ৩৭টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।অৱশ্যে এছ চি আৰু এছ টি প্ৰাৰ্থীয়ে ৫বছৰ, অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

অহা ২০ আৰু ২১ জুলাইত সাক্ষাত্কাৰ অনুষ্ঠিত হ'ব।

নিযুক্তিকৰ স্থানঃ বেনাৰস।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৭-২০২০।

সবিশেষ জানিবলৈ https://tmc.gov.in/m_events/Events/getJobHtml/6922 চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com