স্পৰ্টছ কোটাত ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষীত কনিষ্টবল নিযু্ক্তি

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)—ে স্পৰ্টছ কোটাত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
স্পৰ্টছ কোটাত ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষীত কনিষ্টবল নিযু্ক্তি
Published on

খালী পদৰ সংখ্যাঃ ৬৫টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

ক্ৰীড়াৰ শিতানসমূহঃ মল্লযুঁজ, কাবাডী, কাৰাটে, আৰ্চাৰী, উশু, টাইকোৱাণ্ডো, জুডু, জিমনাষ্টিকছ, স্পৰ্টছ শ্বুটিং, স্কি, আইচ হকী।

ক্ৰীড়াত অৰ্হতাঃ উপৰোক্ত ক্ৰীড়া শিতানসমূহৰ এটাত ০১-০১-২০১৯ৰ পৰা ০২-০৯-২০২১ৰ ভিতৰত আন্তৰ্জাতিক অলিম্পিক সন্থাই স্বীকৃতি দিয়া যিকোনো আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় দলৰ সদস্যৰূপে পদক জয় কৰা বা অংশগ্ৰহণ কৰা হব লাগিব। অৱশ্যে ভাৰতীয় অলিম্পিক সন্থাই স্বীকৃতি দিয়া ৰাষ্ট্ৰীয় গেমছ বা চেম্পিয়নশ্বিপত ০১-০২-২০১৯ৰ পৰা ০২-০৯-২০২১ৰ ভিতৰত পদক অৰ্জন কৰিলেও হব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে কেৱল আই টি বি পিৰ ৱেবছাইট www.recruitment.itbpolice.nic.in-ৰ পৰা আেবদন জনাব লাগিব। আবেদন ০৫-০৭-২০২১ৰ নিশা ০০-১ বজাৰ পৰা ০২/০৯/২০২১ৰ নিশা ১১-৫৯ বজালৈকে জনাব পাৰিব।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৩ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত চৰকাৰী নিয়ম অনুসৰি ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২১।

আবেদনৰ নিয়মঃ অনলাইন।

ৱেবছাইটঃ www.recruitment.itbpolice.nic.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com