Begin typing your search above and press return to search.

অসম জাতীয় বিদ্যালয়ত শিক্ষকৰ পদ খালী

শিক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

অসম জাতীয় বিদ্যালয়ত শিক্ষকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-10T17:39:34+05:30

অসমীয়া ভাষাৰ যোগেদি শিক্ষাদান কৰাটো অসম জাতীয় বিদ্যালয়ৰ প্ৰধান লক্ষ্য। এই বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হয় ০১ জানুৱাৰী ১৯৯৪-ত।

অসম জাতীয় বিদ্যালয়, নুনমাটিত চাকৰিৰ অধিসূচনা :

অসম জাতীয় বিদ্যালয়, নুনমাটিত , উপযুক্ত প্ৰাৰ্থী সকলক ৰসায়ন বিজ্ঞান/ প্ৰাণীবিজ্ঞান/ উদ্ভিদ বিজ্ঞান বিষয়ৰ শিক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


পদৰ নাম

শিক্ষক

খালী পদৰ সংখ্যা

উল্লেখ নাই

বিষয়

ৰসায়ন বিজ্ঞান/ প্ৰাণীবিজ্ঞান/ উদ্ভিদ বিজ্ঞান

বয়স

অধিকতম ৪৫বছৰ

শিক্ষাগত অৰ্হতা

• উল্লেখ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

• অসমীয়া মাধ্যমত স্কুলীয়া শিক্ষা।

• মেট্ৰিক, উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত সৰ্বমুঠ ৫৫% নম্বৰ।

• যদিহে প্ৰাৰ্থীৰ কোনো সন্তান আছে, তেন্তে সেই সন্তান অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা হ'ব লাগিব।

দৰমহা

১৫,০০০/- টকা, (মাহিলী)

আবেদন দাখিলৰ অন্তিম তাৰিখ

২০/১১/২০২১


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story