আই অ' চিৰ মাৰ্কেটিং ডিভিজনত ৫৪৮ টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছৰ পদখালী

আই অ' চিৰ মাৰ্কেটিং ডিভিজনত ৫৪৮ টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছৰ পদখালী

আই অ' চিৰ মাৰ্কেটিং ডিভিজনে টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় তেল নিগম লিমিটেড ভাৰতৰ চৰকাৰৰ দ্বাৰা পৰিচালিত এটা আগশাৰীৰ নিগম। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত সম্প্ৰসাৰিত হোৱা এই নিগমৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।

আই.অ.চি.এল.ত পদখালী :

আই.অ.চি.এল. মাৰ্কেটিং ডিভিজনত ৫৪৮গৰাকী উপযুক্ত প্ৰাৰ্থীক দেশৰ ভিন্ন প্ৰান্তত (পশ্চিম বংগাল, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আৰু অসম) টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে আৱেদন বিচাৰিছে।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছ

খালী পদৰ সংখ্যা

৫৪৮

ধৰণ অনুসৰি নিযুক্তি

ইউ.আৰ. ২৫৩, ই.দাব্লিউ.এছ. ৪৭, অনুসূচিত জাতি ৮০, অনুসূচিত জনজাতি ৪৩, অ. বি.চি. - এন.চি. এল. ১০৪, বিকলাংগ ২১

জিলা অনুসৰি নিযুক্তি

অসম ১১৯, বিহাৰ ৬৮, ঝাৰখণ্ড ৩৫, উৰিষ্যা ৬৯, পশ্চিম বংগাল ২৩৬

বয়সৰ ৰেহাই

> অনুসূচিত জনজাতি/ জাতি ৫বছৰ

> অ.বি.চি./ এম.অ.বি.চি ৩বছৰ

> বিকলাংগ ১০বছৰ

(অনুসূচিত জনজাতি/ জাতি বিকলাংগ প্ৰাৰ্থীৰ বাবে ১৫বছৰ আৰু অ.বি.চি ১৩বছৰ)

শিক্ষাগত অৰ্হতা

১. ট্ৰেড এপেৰেন্টিছ (ফিটাৰ) : মেট্ৰিক উত্তীৰ্ণ আৰু এন.চি.ভি.টি/ এচ.চি.ভি.টি. দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা আই. টি. আই. (ফিটাৰ)ৰ নিয়মীয়া পাঠ্যক্ৰম।

২. ট্ৰেড এপেৰেন্টিছ (ইলেকট্ৰিচিয়ান) : মেট্ৰিক উত্তীৰ্ণ আৰু এন.চি.ভি.টি/ এচ.চি.ভি.টি. দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা আই. টি. আই. (ইলেকট্ৰিচিয়ান)ৰ নিয়মীয়া পাঠ্যক্ৰম।

৩. ট্ৰেড এপেৰেন্টিছ (ইলেকট্ৰনিক মেকানিক) : মেট্ৰিক উত্তীৰ্ণ আৰু এন.চি.ভি.টি/ এচ.চি.ভি.টি. দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা আই. টি. আই. (ইলেকট্ৰনিক মেকানিক)ৰ নিয়মীয়া পাঠ্যক্ৰম।

৪. ট্ৰেড এপেৰেন্টিছ (ইনষ্ট্ৰুমেণ্ট মেকানিক) : মেট্ৰিক উত্তীৰ্ণ আৰু এন.চি.ভি.টি/ এচ.চি.ভি.টি. দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা আই. টি. আই. (ইনষ্ট্ৰুমেণ্ট মেকানিক)ৰ নিয়মীয়া পাঠ্যক্ৰম।

৫. ট্ৰেড এপেৰেন্টিছ (মেকানিষ্ট) : মেট্ৰিক উত্তীৰ্ণ আৰু এন.চি.ভি.টি/ এচ.চি.ভি.টি. দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা আই. টি. আই. (মেকানিষ্ট) ৰ নিয়মীয়া পাঠ্যক্ৰম।

৬. টেকনিচিয়ান এপেৰেন্টিছ (মেকানিকেল) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা মেকানিকেল অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।

৭. টেকনিচিয়ান এপেৰেন্টিছ (ইলেকট্ৰিকেল) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।

৮. টেকনিচিয়ান এপেৰেন্টিছ (ইংস্ত্ৰুমেণ্টেচন) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা ইংস্ত্ৰুমেণ্টেচন অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।

৯. টেকনিচিয়ান এপেৰেন্টিছ (চিভিল) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা চিভিল অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।১০. টেকনিচিয়ান এপেৰেন্টিছ (ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।

১১. টেকনিচিয়ান এপেৰেন্টিছ (ইলেকট্ৰনিক্স) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা ইলেকট্ৰনিক্স অভিযন্তা বিভাগত ৩বছৰীয়া ডিপ্লোমা।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।

১২. ট্ৰেড এপেৰেন্টিছ (একাউণ্ট) : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা যুইকুনো বিভাগত নিয়মীয়া পাঠ্যক্ৰমত গ্ৰেজুৱেট।

• জেনেৰেল, অ.বি.চি, ই. দাব্লিউ. এছ. প্ৰাৰ্থী নূন্যতম ৫০% নম্বৰ।

• অনুসূচীত জনজাতি/ জাতি প্ৰাৰ্থী নূন্যতম ৪৫% নম্বৰ।১৩. ট্ৰেড এপেৰেন্টিছ - ডাটা এন্ট্ৰী অপাৰেটৰ (নৱাগত) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু গ্ৰেজুৱেচন নকৰা।

১৪. ট্ৰেড এপেৰেন্টিছ - ডাটা এন্ট্ৰী অপাৰেটৰ (কৌশলী মানপত্ৰ ধাৰক) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ/ সমান্তৰাল অৰ্হতা আৰু "Domestic Data Entry Operator' কৌশলী মানপত্ৰ ধাৰক।

১৫. ট্ৰেড এপেৰেন্টিছ - ৰিটেইল চেলছ এচচিয়েট (নৱাগত) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু গ্ৰেজুৱেচন নকৰা।

১৬. ট্ৰেড এপেৰেন্টিছ - ৰিটেইল চেলছ এচচিয়েট (কৌশলী মানপত্ৰ ধাৰক) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ/ সমান্তৰাল অৰ্হতা আৰু "Retail Trainee Associate" কৌশলী মানপত্ৰ ধাৰক। নেচনেল স্কিল কোৱালিফিকেচন ফ্ৰেমৱৰ্ক বা ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত নূন্যতম ১বছৰীয়া প্ৰশিক্ষণ।

১৭. আডাৰ দিছিপ্লিন ক'ডছ : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়/ বোৰ্ড/ অনুষ্ঠানৰ পৰা প্ৰাসংগিক বিষয়ত দ্বাদশ/ ডিপ্লোমা/ গ্ৰেজুৱেট।

নোট : উচ্চ শিক্ষাগত অৰ্হতা যেনে BE/ B Tech, MBA, CA, LLB, MCA বা সমান্তৰাল ডিগ্ৰী ধাৰক সকল এই পদসমূহৰ বাবে প্ৰযোজ্য নহয়।

আৱেদন প্ৰক্ৰিয়া : উল্লেখিত পদ সমূহত আৱেদন দাখিল কৰিবলৈ তলত উল্লেখ কৰা নিয়মাৱলী অনুকৰণ কৰক।

> তললৈ যাওঁক ৱেব লিংক খণ্ডলৈ যাওঁক

> অনলাইন এপ্লিকেচন লিংক খুলক

> এখন নতুন ৱেব পেজ খোল খাব

> ব্যক্তিগত আৰু শিক্ষাগত অৰ্হতা সমূহ প্ৰয়োজনীয় ভাৱে পূৰণ কৰক

> জমা কৰক

> আবেদনৰ এটি প্ৰতিলিপি সংগ্ৰহ কৰক

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :

> আৱেদন জমা কৰা আৰম্ভণি তাৰিখ : ০৫ নৱেম্বৰ ২০২১

> আৱেদন জমা কৰা অন্তিম তাৰিখ : ০৪ ডিচেম্বৰ ২০২১

> প্ৰবেশ পত্ৰ ডাউনলোডৰ আনুমানিক তাৰিখ : ০৯ ডিচেম্বৰ ২০২১

> প্ৰবেশ পৰীক্ষাৰ আনুমানিক তাৰিখ : ১৯ ডিচেম্বৰ ২০২১, পুৱা ১১বজাৰ পৰা

> ফলাফল ঘোষণাৰ আনুমানিক তাৰিখ : ২৯ ডিচেম্বৰ ২০২১, বিয়লি ৫বজা।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com