Begin typing your search above and press return to search.

তেজপুৰ মেডিকেল কলেজ হাস্পতালত পদখালী

তেজপুৰ মেডিকেল কলেজ হাস্পতালে চি টি স্কেন টেকনিচিয়ান নিযুক্তিৰ বাবে মৌখিক সাক্ষাত্কাৰ অনুষ্ঠিত কৰিব।

তেজপুৰ মেডিকেল কলেজ হাস্পতালত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-15T17:05:19+05:30

খালী পদৰ সংখ্যাঃ২ টা।

দৰমহাঃ মাহিলী ২৫,৫০০টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৮বছৰ।

মৌখিক সাক্ষাত্কাৰঃ ১৭-০৭-২০২০ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হ'ব। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ মূল প্ৰমাণপত্ৰ আনিব লাগিব।

সবিশেষ জানিবলৈ http://tmcassam.org/news/41.pdfচাওক।

আৰু চাব পাৰেঃ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰত অধ্যাপক নিযুক্তি়

Next Story